Meaning : যি প্রেৰণা দিয়ে বা কোনো কামত প্রবৃত্ত কৰায়
Example :
কেইবাজনো উৎসাহদাতাৰ উৎসাহে মোক এই স্থানলৈকে পোৱালে
Meaning : উৎসাহ বৃদ্ধি কৰোতা
Example :
উৎসাহদাতা ব্যক্তিজনে দলটোক উৎসাহিত কৰি আছিল
Synonyms : প্রোৎসাহক