Meaning : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
Example :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
Synonyms : ঘোচ
Meaning : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
Example :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
Synonyms : উপঢৌকন