Meaning : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
Example :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
Synonyms : উৎকোচ
Meaning : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
Example :
চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়