Meaning : উৰিষ্যাৰ অধিবাসী
Example :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
Meaning : যি লিপিত উড়িয়া ভাষা লিখা হয়
Example :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
Synonyms : উড়িয়া লিপি
Meaning : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা
Example :
আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ
Synonyms : উৰিয়া
Meaning : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ