Meaning : ইউৰোপৰ অধিবাসী
Example :
ভালেমান ইউৰোপীয় মোৰ ভাল বন্ধু
Synonyms : ইউৰোপ বাসী, ইউৰোপ-বাসী, ইউৰোপিয়ান
Meaning : ইউৰোপৰ বা ইউৰোপৰ সৈতে সম্বন্ধ থকা
Example :
ইউৰোপীয় দেশসমূহে বীট-পালেঙৰ পৰা চেনি প্রস্তুত কৰে
Synonyms : ইউৰোপিয়ান