Meaning : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
Example :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
Synonyms : ইংলিচ, ইংৰাজী ভাষা
Meaning : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
Example :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
Meaning : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
Example :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
Synonyms : ইংলিচ
Meaning : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
Example :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল