Meaning : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
Example :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
Synonyms : ইংৰাজী, ইংৰাজী ভাষা
Meaning : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
Example :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
Synonyms : ইংৰাজী