Meaning : কোনো কথা বা কামত কৰা ইচ্ছা
Example :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
Synonyms : বিচৰা
Meaning : আশা বা কামনা কৰা
Example :
মই আশা কৰিছো যে মোৰ প্রথম পত্রখন আপুনি পালে