Meaning : খোৱা কাম আৰু ঔষধত ব্যৱহাৰ কৰা কেঁ্হা সোৱাদৰ এবিধ গোলাকাৰ ফল
Example :
এইখিনি আমলখিৰ আচাৰ
Synonyms : আমলকি
Meaning : খোৱা আৰু ঔষধৰ কামত অহা গোল, টেঙা ফলৰ এবিধ গছ
Example :
ধুমুহাত আমলখিৰ এটা ডাল ভাগিল