Meaning : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
Example :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
Synonyms : আফু
Meaning : আফিং সম্বন্ধীয় বা আফিঙৰ
Example :
মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
Synonyms : আফিঙযুক্ত