Meaning : আফগানিস্তানত বাস কৰাসকল
Example :
ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
Synonyms : আফগান
Meaning : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
Example :
আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল