Meaning : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
Example :
ইয়াত আপুনি একো নাপাব আনফালে যাওক
Synonyms : অন্যফালে
Meaning : আনটো ফালে
Example :
এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
Synonyms : আনহাতে