Meaning : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
Example :
এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
Synonyms : স্থানীয়
Meaning : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
Example :
আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
Synonyms : ক্ষেত্রীয়