Meaning : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
Example :
পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
Synonyms : দুখ
Meaning : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
Example :
মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে