Meaning : যি লিপিবদ্ধ নহয়
Example :
শ্যামে অলিখিত লোককথাবোৰ লিপিবদ্ধ কৰি জনমানসৰ আগত দাঙি ধৰিলে
Synonyms : অলিপিবদ্ধ
Meaning : যি লিখিত নহয় কিন্তু প্রথাৰ ওপৰত আধাৰিত
Example :
এই ক্লাবটোত কিছুমান অলিখিত নিয়ম আছে