Meaning : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
Example :
সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
Synonyms : অসন্মতি, অসমর্থন, অসহমত, সন্মতিহীনতা
Meaning : যিজন সন্মত বা মান্তি নহয়
Example :
কিছুমান লোক এই প্রস্তাৱটোত অসন্মত আছিল
Synonyms : অসন্মত