Meaning : যাৰ বিষয়ে অভিযোগ কৰা হৈছে
Example :
অভিযুক্ত ব্যক্তি সাক্ষাৎকাৰৰ কাৰণে আহিব নোৱাৰিলে
Meaning : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
Example :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
Synonyms : আৰোপিত