Meaning : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
Example :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
Synonyms : অবিবাহিত মহিলা, কুমাৰী
Meaning : যিজন পুৰুষ বিবাহিত নহয়
Example :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
Synonyms : অবিবাহিত পুৰুষ
Meaning : যাৰ বিবাহ হোৱা নাই
Example :
অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
Synonyms : কুমাৰ