Meaning : যিটো প্রমাণ আদিৰ দ্বাৰা প্রতিপন্ন কৰা হোৱা নাই
Example :
অপ্রমাণিত প্রমাণপত্র দিয়াৰ কাৰণে আপোনাৰ আবেদন পত্রখন বিবেচনা কৰিব পৰা নগʼল
Synonyms : অপ্রমাণিত
Meaning : যাৰ বা যিহৰ পৰীক্ষা হোৱা নাই
Example :
অপৰীক্ষিত বস্তুক ব্যৱহাৰ কৰা উচিত নহʼব