Meaning : কোনো ব্যাপক বা সাধাৰণ নিয়ম আদিৰ বিৰুদ্ধে কোৱা কথা, শ্্ব্দ , তত্ত্ব আদি
Example :
এই নিয়মটোৰ কিছুমান অপবাদো আছে
Meaning : বাস্তৱিকতে বা কল্পিতভাৱে কাৰোবাৰ দোষ বা বদগুণৰ বিষয়ে কোৱা কার্য
Example :
আমি কাৰো নিন্দা কৰা উচিত নহয়
Synonyms : নিন্দা