Meaning : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
Example :
অপব্যৱহাৰো এক ধৰণৰ পাপ
Synonyms : অপব্যৱহাৰ
Meaning : অনাহক আৰু অধিক খৰচ
Example :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি