Meaning : কিহবাৰ আধাৰত অনুমান কৰা কার্য
Example :
এই সংখ্যাবোৰৰ পুনৰ অনুমান কৰি হিচাপ উলিয়াব লাগিব
Synonyms : আন্দাজ
Meaning : এনেকুৱা হʼব পাৰে বুলি নিজৰ মনৰ মাজতে বোধজন্মা এক ভাব
Example :
কেতিয়াবা কেতিয়াবা অনুমান ভুলো হʼব পাৰে
Synonyms : আন্তাজ