Meaning : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
Example :
তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
Meaning : যাৰ অধিগ্রহণ কৰা হৈছে
Example :
চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
Synonyms : অধিগৃহীত