Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ আধাতকৈ অধিক ভাগ
Example : বানপানীৰ কাৰণে পূর্বাঞ্চলৰ অধিকাংশ ঠায়েই পানীত বুৰ গৈছে
Synonyms : অধিক অংশ, অধিক ভাগ
Meaning : অধিক অংশৰ লগত সম্পর্কীত বা অধিক অংশৰ বা যি অধিক মাত্রাত হয়
Example : এই ক্ষেত্রৰ অধিকাংশ ভাগ জংঘলেৰে আগুৰি আছে
Synonyms : বেছিভাগ
Install App