Meaning : দুই হাত একেলগ কৰি পতা ঠোলা
Example :
তেওঁ ্ ভগৱানক আঁজলি ভৰাই ফুল অর্পণ কৰিছে
Synonyms : আঁজলি
Meaning : এখন হাতৰ তলুৱা আৰু আঙুলিক বেকা কৰি বনোৱা গাঁত যʼত কিবা ভৰাই বিয়া বা লোৱা হয়
Example :
তেওঁ অঞ্জলিত পঞ্চামৃত লʼলে
Synonyms : ্আঁজলি