Meaning : নিজান ঠাইত থকা বা বসবাস কৰোতা
Example :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
Synonyms : একাকিন
Meaning : যাৰ লগত কোনো নাই বা নাথাকে
Example :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
Synonyms : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ