Meaning : যি মানুহ বা সমূহৰ মাজত প্রচাৰ কৰা হয়
Example :
সম্প্রচাৰৰ দ্বাৰাই এখন ঠাইৰ সংস্কৃতি আৰু সভ্যতা আন ঠাইলৈ প্রসাৰিত হয়
Synonyms : সম্প্রচাৰ
Meaning : বিয়পি পৰা কার্য, বিশেষকৈ কোনো বস্তুৰ ভিতৰত
Example :
পৰিবেশত প্রদুষিত বায়ুৰ সঞ্চৰণে বহুতো ৰোগৰ জন্ম দিছে
Synonyms : সঞ্চৰণ