Meaning : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
Example :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
Synonyms : লেপন দিয়া
Meaning : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
Example :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে