Meaning : বার্মাৰ সৈতে সম্বন্ধ থকা বা বার্মাৰ
Example :
তেখেতে বর্মীয় সীমাৰ গ্রাম্যাঞ্চলত ফুৰিবলৈ গৈছে
Synonyms : বর্মীয়
Meaning : বার্মা ভাষাৰ বা বার্মা ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁৰ ওচৰত বর্মী কিতাপৰ এটা ভাল সংগ্রহ আছে
Synonyms : বর্মী