Meaning : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
Example :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
Synonyms : মাজু
Meaning : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
Example :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
Synonyms : মধ্যমীয়া