Meaning : জেপ কাটি বস্তু লৈ যোৱা লোক
Example :
মানুহে পকেটমাৰটোক ধৰি খুব পিটিলে
Synonyms : জেপলুৰুকা
Meaning : জেপ বা মোনাৰ পৰা মালবস্তু মনে-মনে লৈ যোৱা
Example :
দোকানীজনে পকেটমাৰ মানুহটোক হাতে-লোটে ধৰিলে
Synonyms : জেপলুৰুকা