Meaning : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
Example :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
Meaning : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
Example :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
Synonyms : দিৱস