Meaning : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
Example :
খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
Meaning : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
Example :
তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
Synonyms : বহী