Meaning : যোগ আদিত শৰীৰৰ অৱয়বৰ বিশেষ ভংগিমা
Example :
যোগ সাধনাৰ বাবে বহুতো প্রকাৰৰ আসন দেখুওৱা হৈছে
Synonyms : যোগাসন
Meaning : যি বস্তুত বহিব পৰা যায়
Example :
শিক্ষাগুৰুক স্বাগতম জনাবলৈ লʼৰা-ছোৱালীবোৰে নিজৰ নিজৰ আসন এৰি থিয় হৈ দিলে