Meaning : যাক অভিনন্দন জনোৱা হৈছে
Example :
দেশভক্তৰ দ্বাৰা তেওঁলোকৰ দেশ সদায় বন্দিত
Synonyms : বন্দিত
Meaning : প্রশংসা কৰা
Example :
লতা মঙ্গেশকাৰ এগৰাকী বিখ্যাত আৰু প্রশংসিত গায়িকা এইটো তেখেতৰ বহু প্রশংসিত ৰচনা
Synonyms : প্রশংসিত