ক্রীড়াঙ্গন (বিশেষ্য)
লʼৰা-ছোৱালী, খেলুৱৈ আদিয়ে খেলা পথাৰ
্পর্য্যাবৰণ (বিশেষ্য)
কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
অনিষ্ট (বিশেষ্য)
কল্যাণ বা মংগল নথকা
নিৰানবৈ (বিশেষণ)
নব্বৈ আৰু ন
সুৰা (বিশেষ্য)
এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়
আচৰিত (বিশেষ্য)
কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
লপলপী (বিশেষ্য)
বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
ৰাতিপুৱা (বিশেষ্য)
দিন আৰম্ভ হোৱাৰ সময়ছোৱা:ৰাতিপুৱাই খেতিয়কসকল পথাৰলৈ ওলাল
শিৰোনাম (বিশেষ্য)
কোনো বিষয়ৰ পৰিচয়ৰ কাৰণে লিখনিৰ ওপৰত তাৰ নাম হিচাপে ব্যৱহাৰ পদ বা বাক্য
কলা ঘুমটি মৰা (বিশেষ্য)
ক্ষন্তেকৰ কাৰণে চকু জপোৱা কার্য ্বা ভাব