অন্ধতমস (বিশেষ্য)
চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
বীৰ (বিশেষ্য)
বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
বাৰিধি (বিশেষ্য)
পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
বিষম সংখ্যা (বিশেষ্য)
যিটো সংখ্যা দুইৰে সমপূর্ণৰূপে বিভাজিত কৰিব পৰা নাযায়
লগ পোৱা (ক্ৰিয়া)
ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
কৃতকার্য (বিশেষণ)
যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
পলকহীন (বিশেষণ)
এবাৰো পলক নমৰাকৈ
আলিংগন (বিশেষ্য)
বাহুৰে আঁকোৱালি ডিঙি লগোৱা কার্য
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ