মুখবন্ধ (বিশেষ্য)
কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
মমতাহীন (বিশেষণ)
যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল
অংগ-ভংগি (বিশেষ্য)
মনৰ ভাব প্রকাশ কৰিবৰ কাৰণে কৰা অংগ সঞ্চালন
নি্র্দ্দয় (বিশেষণ)
যি আনৰ লগত ধৃষ্টতাপূর্বক ব্যৱহাৰ কৰে
প্রিয় (বিশেষ্য)
যিজন পুৰুষে প্রেম কৰে
নিবন্ধ (বিশেষ্য)
কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়
মাহীৰ ছোৱালী (বিশেষ্য)
মাহীৰ ছোৱালী
প্রবন্ধ (বিশেষ্য)
কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়
প্রাঙ্গন (বিশেষ্য)
দীঘল আৰু বহল সমতল ভূমি
পলে পলে (ক্ৰিয়া বিশেষণ)
প্রতি পল